ওজন আৰু ৰক্তচাপ কেনেকৈ কম কৰিব পাৰি ?

ওজন আৰু ৰক্তচাপ কেনেকৈ কম কৰিব পাৰি ?

how-to-lose-weight




গজালি ওলোৱা মগুত ফাইবাৰৰ পৰিমাণ বেছি পৰিমাণে থাকে। সেয়েহে এইবিধ খাদ্যই ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাত খুব সহায় কৰে।


গজালি ওলোৱা মগুত প্ৰ’টিন, কাৰ্বহাইড্ৰেট আদিয়ে পেটৰ সমস্যা দূৰ কৰাত সহায় কৰাৰ লগতে হজমত সহায় কৰা এনজাইম বোৰ সক্ৰিয় কৰে।


যিয়েই ওজন কমোৱাত কাৰণে ডায়েট কৰে তেনে লোকে গজালি ওলোৱা মগু খাব পাৰে। মগুত ফাইবাৰৰ পৰিমাণ বেছি থকা বাবে হৃদযন্ত্ৰৰ কাম ভালে ৰখাতো ই সহায় কৰে।


অংকুৰিত মগুৰ গ্লাইছেমিক ইনডেক্স বহু কম। এই খাদ্যত ফাইবাৰৰ পৰিমাণ বহু পৰিমাণে থাকে। সেয়ে সি হজম বৃদ্ধি কৰে। ইয়াৰ উপৰি টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে খুব সহজতে।

অংকুৰিত মুগত থকা প্ৰটিন আৰু কাৰ্ব’হাইড্ৰেট সহজপাচ্য। ফলত গেছ, পেট ফুলাৰ দৰে সমস্যা নহয় এয়া খালে। মগু খালে মানৱ দেহৰ হজমত সহায়ক উৎসেচকবোৰৰ ক্ষৰণ বাঢ়ি যায় শৰীৰত।


যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে দৈনিক গজালি মেলা মগু খাব পাৰে। মগুত ফাইবাৰৰ পৰিমাণ বহু বেছি। ফাইবাৰযুক্ত খাদ্যই অন্ত্ৰৰ কাম ভালে ৰখাত সহায় কৰে, ফলত ওজন কমে।

অংকুৰিত মগুত ফ্লেভোনয়ড আৰু পলিফেনলৰ দৰে যৌগ আছে। ফলত ই ছালৰ বাবেও উপকাৰী। ছালৰ বলিৰেখা, ক’লা দাগ পৰাৰ সমস্যা নিয়ন্ত্ৰণ কৰে



Post a Comment

0 Comments