এলাৰ্জীৰ পৰা কেনেকৈ বাচি থাকিব?
বতৰ, পৰিৱেশ, খাদ্য বা ঔষধকে ধৰি বহু কাৰণত এলাৰ্জী হ’ব পাৰে। বতৰ, পৰিৱেশ, খাদ্য বা ঔষধকে ধৰি বহু কাৰণত এলাৰ্জী হ’ব পাৰে। এই ৰোগৰ ক্ষেত্ৰত ব্যক্তি বিশেষে নিৰ্ভৰ কৰে। বেছিভাগ ক্ষেত্ৰতে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই দায়ী
লগতে ব্যক্তি বিশেষে নিৰ্দিষ্ট খাদ্য বস্তুৰ পৰাও এলাৰ্জী হয়। বিভিন্ন ধৰণৰ এলাৰ্জীৰ প্ৰভাৱ শৰীৰৰ ওপৰত বেলেগ বেলেগ ধৰণে দেখা যায়।
উশাহ লোৱাত কষ্ট পোৱা, কাহ আৰু হাঁচি অহা, চকু ৰঙা পৰা, ডিঙিৰ বিষ, মুখ, ওঁঠ, চকুৰ ছালত ফুলা আৰু খজুৱতি হোৱা আদি পৰিলক্ষিত হয়।
আৰু সেয়েহে বাহিৰলৈ গ’লে মাস্ক পিন্ধিব লাগে।
গৰম গাখীৰৰ লগত যদি হালধি মিলাই এচামুচ শোৱাৰ আগত সদায় খায় তেতিয়া এলাৰ্জীৰ পৰা সাত হাৰি থাকিব পাৰি।
0 Comments