কিবা কাৰণত যদি ভগৱানৰ মূৰ্তি ভাঙে তেতিয়া কি কৰিব ? ভঙা মূৰ্তি ৰাখিলে কি হ'ব পাৰে ?

কিবা কাৰণত যদি ভগৱানৰ মূৰ্তি ভাঙে তেতিয়া কি কৰিব ? ভঙা মূৰ্তি ৰাখিলে কি হ'ব পাৰে ?

What to do if for some reason the idol of God is broken?

আপোনাৰ হাতৰ পৰা পৰি বা যদি আপুনি নেদেখাকৈ বা নজনাকৈ ভাঙি আছে বিশ্বাস অনুসৰি, তেতিয়া আপোনাৰ কিবা বিপদ‌ হ’ব লগীয়া আছিল ‌কিন্তু ভগৱানে ৰক্ষা কৰিলে।যি কি নহওক ভঙা মূৰ্তি ঘৰত ৰাখিব নাপায়। Negative energy কঢ়িয়াই আনে। তৎক্ষণাত ভঙা মূৰ্তি‌ ওচৰৰ মন্দিৰত দান কৰিব পাৰে। নহ’লে আঁহত গছৰ গুৰিত ৰাখি দিব পাৰে।

যদি মূৰ্তি ঘৰৰ পৰা বাহিৰত থৈ আহিবলৈ আপোনাৰ দুখ লাগে, তেতিয়া হ’লে আপুনি ঘৰতে সৰুকৈ পূজা এভাগ ‌কৰি, নতুন মূৰ্তি প্ৰতিষ্ঠা কৰি বাহিৰলৈ উলিয়াব পাৰে।আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি যদি মূৰ্তিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰা নাছিল, তেতিয়া আপুনি ‌অৱশ্যে নদীত উটুৱাই দিব পাৰিব। প্ৰাণ প্ৰতিষ্ঠা কৰিলে পানীত উটুৱাই নিদিব, মন্দিৰত দান কৰিব।

Post a Comment

0 Comments