ইউৰিক এচিডৰ পৰা ক্ষতি হ'ব পাৰে কিডনীৰ! ৰোগৰ আৰম্ভণিতেই হওক সাৱধান
এই ৬টা খাদ্য ইউৰিক এচিডৰ যম
যদি ইউৰিক এচিড নিয়ন্ত্ৰণত নাথাকে তেন্তে ই বৃক্কতো প্ৰভাৱ পেলায়। ইউৰিক এচিড কম কৰিবলৈ ঔষধ খাব লাগিব। লগতে খাদ্য তালিকাত ৰাখক এই ৫টা খাদ্য। কেইবাটাও গৱেষণাৰ মতে এই ৬ টা খাদ্যই ইউৰিক এচিডৰ যম
কল খালে ইউৰিক এচিড কম হয়। কলত প্ৰচুৰ পৰিমাণে আঁহজাতীয় উপাদান থাকে। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে শৰীৰৰ প্ৰতিটো অংগ কাৰ্যক্ষম কৰি ৰাখে।
ভিনেগাৰ ইউৰিক এচিড বুষ্টাৰ। ইয়াত থকা বিভিন্ন উপাদানে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।
আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে তেজৰ পৰা ইউৰিক এচিড শোষণ কৰে। ইয়াৰ উপৰিও আপেলত মেলিক এচিড থাকে যিয়ে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।।
হালধীত বিষ নিবাৰণকাৰী গুণ থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইউৰিক এচিডৰ ফলত আঁঠুৰ বিষ হয়। তেনে ক্ষেত্ৰত হালধীৰ মিশ্ৰণ প্ৰয়োগ কৰিব পাৰে
0 Comments