জোখতকৈ ওজন কম নেকি আপোনাৰ ?
ওজন কম বাবে চিন্তাত পৰিছে নেকি আপুনি ?
কি দৰে বৃদ্ধি কৰিব আপোনাৰ ওজন?
আমাৰ স্বাস্থ্য আমাৰ সম্পদ,
জোখতকৈ আপোনাৰ ওজন বেছি বা কম হলে বহুতে ঠাট্টা কৰা দেখিবলৈ পোৱা যায় ।
যদি মানুহে আপোনাক কম ওজনৰ বাবে ঠাট্টা কৰে তেন্তে ওজন বৃদ্ধিৰ বাবে এই ২ বিধ সামগ্ৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক।
দুৰ্ভাগ্যজনকভাৱে এইটো সঁচা যে কেনেকৈ ওজন কমাব পাৰি সেই বিষয়ে বহু কথাই জনা যায় কিন্তু ওজন বৃদ্ধিৰ বিষয়ে একোৱেই জনা নাযায়৷ আপুনি ক্ষীণ হোৱাক লৈ বহুতু বহু কথা শুনে নিশ্বয়৷ এনে ক্ষেত্ৰত আপুনি আপেনাৰ ওজন বঢ়াবলৈ কি কৰিব চাওঁক-
১. ঘিউ এবিধ প্ৰাকৃতিক ওজন বৃদ্ধিকাৰী। ঘিউই স্বাস্থ্যসন্মতভাৱে ওজন বৃদ্ধি কৰাত সহায় কৰে।
স্বাস্থ্যসন্মত ৰুটিন মানি চলি গুড় খালে শৰীৰত চৰ্বি বৃদ্ধি হোৱাই নহয় মাংসপেশীতো চৰ্বি বৃদ্ধি পায়।
২. গুৰ এবিধ স্বাস্থ্যকৰ মিঠাই, চেনিতকৈ ভাল। ই আপোনাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ঠাণ্ডা পানীত মিহলাই বা ঠাণ্ডা পানীয় হিচাপে বনালে ই আপোনাক ঠাণ্ডা কৰে।
শুকান আদা আৰু ক’লা জলকীয়াৰ লগত খালে চৰ্দি/কাহ তো সহায়ক হ’ব পাৰে।
ওজন বৃদ্ধিৰ বাবে ঘিউ আৰু গুড় সমান পৰিমাণে সেৱন কৰিব লাগে। ই আপোনাক তৎক্ষণাত শক্তি দিয়ে। খাদ্যৰ লগত বা পিছত ইয়াক সেৱন কৰাৰ আটাইতকৈ উত্তম উপায়।
0 Comments