ভোট দিবলৈ কানাডাৰ পৰা আহিল এজন যুৱক!
সাত সাগৰ তেৰ নদী অতিক্ৰম কৰি কানাডাৰ পৰা টিহুৰ নিজ ঘৰলৈ উভতিল এজন অসমীয়া যুৱক।
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদান কৰিবলৈ ওলাই আহিল এনেদৰে পুৱাৰ ভাগতে।
ৰাজ কমল শৰ্মা নামৰ যুৱক জনে সুস্থ সবল এখন গনতান্ত্ৰিক চৰকাৰ গঠন কৰাত এনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁৰ এনেকুৱা পদক্ষেপক স্থানীয় লোকে প্ৰশংসা কৰা দেখা গৈছে।
মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পেহলে ভোটদান তাৰপিছত জলপান এই নিৰ্দেশ পালন কৰিলে এইজন কানাডাৰ যুৱকে।
টিহুৰ ছোৱালী হাইস্কুলৰ ২৬নং ভোট কেন্দ্ৰত ভোট দিলে এইজন কানাডাত কৰ্মৰত যুৱকে।প্ৰতিকুল বতৰৰ মাজতে ভোটদান সাব্যস্ত কৰি মনৰ অনুভৱ জনালে ।
টিহুৰ পৰা কংকন ডেকা ৰিপ'ৰ্ট,I News NorthEast
1 Comments
Thanks for sharing
ReplyDelete