কাৰোবাৰ বাবে কিমান প্ৰিয় হব পাৰে এজন শিল্পী ? কণ্ঠশিল্পী জ্যোতিপল দাসলৈ এগৰাকী আইতাৰ মৰম
এটি ভাল লগা দৃশ্য, কণ্ঠশিল্পী জ্যোতিপলৰ সংগীতানুষ্ঠানলৈ আহিছিল এগৰাকী আইতা, জ্যোতিপলে জয় কৰিলে আইতাৰ গৰাকীৰ মন, জ্যোতিপলৰ সংগীতানুষ্ঠানলৈ আহি আইতাই ইমানে ভাল পালে, আইতাই বিচাৰিলে উপহাৰ দিবলৈ কিন্তু আইতাৰ হাতত দিবলৈ নাই একো।
তাৰ পিছতে আইতা গৰাকীয়ে ওচৰতে থকা এটা মন্দিৰৰ কৃষ্ণ মূৰ্ত্তিৰ কাষতে থকা গামোচা খনৰে প্ৰথমে ভগৱান কৃষ্ণৰ চৰণ মচি সেই গামোচা পিন্ধোৱালে জ্যোতিপলক।
এগৰাকী শিল্পীৰ বাবে ইয়াতকৈ ভাল লগা বিষয় জানো কিবা হ'ব পাৰে।
এইয়া এজন শিল্পীৰ বাবে আতাইত কৈ ডাঙৰ উপহাৰ। এনেদৰে ৰাইজৰ মৰম বুটলিব পৰাটো সঁচাকৈয়ে সৌভাগ্যৰ কথা
0 Comments