প্রচণ্ড ধুমুহা-বৰষুণে পুনৰ জোকাৰিব ৰাজ্য, ১মে' পর্যন্ত ৰাজ্যজুৰি জাৰি কৰা হৈছে ইয়েল্ল' এলার্ট
প্রচণ্ড ধুমুহা-বৰষুণে পুনৰ জোকাৰিব ৰাজ্য
- প্ৰতি ঘণ্টাত ৪০-৫০ কি.মি বেগত আহিব ধুমুহা
- ধুমুহা, শিল বৰষুণৰ লগতে বজ্ৰ পৰাৰো সম্ভাৱনা আছে
- ধুমুহা বৰষুণৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ
- ১মে' পর্যন্ত ৰাজ্যজুৰি জাৰি কৰা হৈছে ইয়েল্ল' এলার্ট
- ইতিমধ্যেই ধুমুহা শিলাবৃষ্টিত কেইবাগৰাকী লোকে হেৰুৱাইছে প্ৰাণ
0 Comments