তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

 তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজি ঐতিহাসিক জোনবিল মেলাঃ জোনবিল মেলা প্ৰথম দিনৰ প্ৰথম কায্য  হিচাপে গোভা দেওৰজাই দেওশাল মন্দিৰত পূজা কৰি পাহাৰ ভৈয়ামৰ সমন্বয় মিলন স্থলিত জোনবিল মেলা বাকৰিত পতকা উত্তোলন কৰে। জনবিল মেলা চাবলৈ লক্ষ্য লক্ষ্য মানুহে ভিৰ কৰা জোনবিল মেলা বাকৰি আজি নিমাউ-মাউ পৰিবেশ। চৰকাৰৰ নিৰ্দেশনাৰ মানি ৰাইজৰ সু-স্বাস্থ্যৰ বাবে ইতিহাস প্ৰসিদ্ধ ৰজা জনবিল মেলাত সভাপতি- সম্পাদক গোভা দেওৰজা লগতে প্ৰায় ১০০ জনমান লোকৰ সমাগমৰ মাজত জোনবিল মেলা আয়োজন কৰে। জোন বিল মেলাঃ স্থলিত গোভা দেওৰজাই জোনবিল নামৰ এখন গ্ৰন্থ উন্মোচন কৰে আৰু বন্তি প্ৰজ্বলন কৰে জোনবিল মেলা সমিতি সভাপতি মহোদয়ে গন্থ উন্মোচনৰ পিছতে তিৱা নৃত্য প্ৰদৰ্শিত কৰে গোভা ৰাজ্যৰ যুৱতী সকলে 

Post a Comment

0 Comments