হেলেম ৰেলৱে ষ্টেচনৰ পৰা এজন কভিড পজিটিভ লোকৰ পলায়ন

 হেলেম ৰেলৱে ষ্টেচনৰ পৰা এজন কভিড পজিটিভ লোকৰ পলায়ন


হেলেম ৰেলৱে ষ্টেচনৰ পৰা এজন কভিড পজিটিভ লোক পলায়নৰ পাছত অধিক সতৰ্ক হৈছে ৰেল আৰক্ষী আৰু হেলেমৰ স্বাস্থ্য বিভাগ ।

সমগ্ৰ ৰাজ্যজুৰি কৰণা মহামাৰীৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। যাৰ পৰিপেক্ষিতত অধিক সতৰ্ক হোৱা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগৰ লোক। 

হেলেমৰ স্বাস্থ্য বিভাগে বিভিন্ন প্ৰান্তৰ লগতে হেলেম ৰেলৱে ষ্টেচনটো কভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰি থকাৰ সময়তে এজন কভিডত আক্ৰান্ত লোক পলাই যাবলৈ সক্ষম হয়। 

তাৰে পৰিপেক্ষিতত হেলেম ৰেলৱে ষ্টেচনত আজি ৰেলৱে আৰক্ষী আৰু হেলেমৰ স্বাস্থ্য বিভাগে অধিক সতৰ্ক হৈ কভিড টেষ্ট কৰা হয়। যাতেই অন্য ঠাইৰ পৰা অহা লোকে হেলেম অঞ্চলত কৰণা বিয়পাব নোৱাৰে তাৰ প্ৰতি অধিক সচেতন হৈ পৰিছে ৰেলৱে আৰক্ষী আৰু স্বাস্থ্য বিভাগে।

Post a Comment

0 Comments