বন্ধন নহয় যেন দুখীয়াৰ বন্ধু হৈ পৰিছে বন্ধন বেংক।

 বন্ধন নহয় যেন দুখীয়াৰ    বন্ধু হৈ পৰিছে  বন্ধন বেংক।

ঠিক তেনে এক অনুৰূপ দৃশ্য দেখা মৰিগাঁৱ জিলাৰ বন্ধন বেংকে দাঁতি-কাষৰীয়া অঞ্চলসমুহৰ মহিলাসকলৰ লগতে যুৱক সকলক আগবঢ়াইছে বিশেষ সহযোগিতা । লক্‌ডাউনৰ সময়ছোৱাতো কোনো বিঘিনি নঘটাকৈ সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা মানি বন্ধন বেংকে হিতাধিকাৰীসকললৈ আগবঢ়াইছে বিশেষ সহযোগিতা   

      সমগ্ৰ ৰাজ্যত একাংশ পুৰুষৰ সমান্তৰালকৈ  বহি ৰাজ্য লৈ ঢাপলি নেমেলি বন্ধনৰ পৰা ঋণ লৈ দোকান  জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হয়। তেনে এক উৎকৃষ্ট উদাহৰণ দেখা গল মৰিগাঁৱত। মৰিগাঁৱ জিলাৰ এজাৰবাৰী,মৰাকলং গাঁও অঞ্চলৰ একাংশ পুৰুষেৰ বন্ধন বেংকৰ পৰা ঋণ লৈ  দোকানৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট মোকলাই লোৱা দেখা গৈছে। তেওঁলোকে কয় যে আমি যেনেকৈ ঋণ লৈ সঠিক কামত খটুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছো তেনেদৰে যেন সকলোৱে যেন বন্ধন বেংকৰ পৰা ঋণ লৈ অলাগতিয়াল কামত খৰচ নকৰি নিজৰ উপাৰ্জনৰ দিশত খৰচ কৰে।

 আৰু কয় যিহেতু অন্য বেংকসমূহৰ পৰা ঋণ লবলৈ বহুত সমস্যা তেনেস্থলত একমাত্ৰ বন্ধন বেংকেহে সহজতে ঋণ প্ৰদান কৰি আহিছে। গতিকে এই ক্ষেত্ৰত সকলোৱে ঋণ সমূহ পৰিষোধ কৰি অধিক পৰিমাণৰ ঋণ লৈ আৰু বিভিন্ন দিশেৰে কৰ্মসংস্থাপনৰ বাট দেখুৱাই আন দহজনকো কৰ্মসংস্থাপনৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হয়।

Post a Comment

0 Comments