নিৰ্বাচন আয়োগে ৫খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে।
গোৱা, উত্তৰ প্ৰদেশ ,মণিপুৰ, উত্তৰাখণ্ড আৰু পঞ্জাৱৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা।
উল্লেখ্য যে, পঞ্জাৱ-১১৭খন,উত্তৰপ্ৰদেশ-৪০৩খন, মণিপুৰ-৬০খন, গোৱা-৪০খন, উত্তৰাখণ্ডৰ-৭০খন আখনৰ বাবে নিৰ্বাচনত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।
নিৰ্বাচন আয়োগে সদৰি কৰা মতে, ২ লাখ ১৫ হাজাৰ পুলিং বুথৰ ৰাজ্য কেইখনত ব্যৱস্থা কৰা হৈছে।
কোভিড প্ৰট’কল সম্পূৰ্ণ মানিব লাগিব।
সকলো নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীক বুষ্টাৰ ভেকচিন প্ৰদান কৰা হ’ব।
১৫ জানুৱাৰীলৈ কোনো ৰোড শ্ব’ আৰু জনসভাৰ অনুমতি নাই।
৭টা পৰ্যায়ত ৰাজ্য কেইখনত হ’ব ভোটগ্ৰহণ পৰ্ব।
১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
২০ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
২৩ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ।
২৭ ফেব্ৰুৱাৰীত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ।
৩ মাৰ্চত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।
৭ মাৰ্চত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ।
১০ মাৰ্চত হ’ব ভোটগণনা।
0 Comments