বিপদত প্ৰাক্তন পৰ্নষ্টাৰ ছানি লিয়নী৷ লিয়নীৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ অভিযোগ৷
কেইবাটাও অনুষ্ঠানৰ কৰ্তৃপক্ষৰ পৰা অনুষ্ঠানত
উপস্থিত থকাৰ কথা দি ২৯ লাখ টকা আগধন লৈ অনুষ্ঠানত উপস্থিত নথকাৰ অভিযোগ ছানীৰ
বিৰুদ্ধে৷ অভিযোগ নামা লৈ ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছে বিভিন্ন প্ৰতিষ্ঠানৰ
লোকসকল৷ ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে জেৰা আৰম্ভ কৰিছে ছানী লিয়নক৷ ইতিমধ্যে নিজকে
নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টা ছানি লিয়নীৰ৷
0 Comments