*"পশ্চিম বংগৰ আৰক্ষী ভাৰতৰ প্ৰসিদ্ধ আৰক্ষী বাহিনীৰ বাবে অপমান "
* "তেওঁলোকে তেওঁলোকৰ সাংবিধানিক কৰ্তব্য / দায়বদ্ধতা পাহৰি গৈছে"
* "তেওঁলোকে তেওঁলোকৰ ইউনিফৰ্ম খুলি টিএমচিৰ গুণ্ডাবাহিনীত যোগদান কৰিব লাগে"
* "গণতান্ত্ৰিক অসন্তোষ/ মতবিৰোধৰ এই নৃশংস দমনক প্ৰতিগৰাকী দায়িত্বশীল ভাৰতীয়ই গৰিহনা দিব লাগে"
* ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যই প্ৰকাশ কৰে এই টুইট
বিজেপি যুৱ মৰ্চাই তিনবাট্টিত পশ্চিম বংগৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তেজস্বী সূৰ্যই এই টুইট প্ৰকাশ কৰে।
0 Comments