GST বিষয়া-কৰ্মচাৰীৰ এক সুকীয়া পদক্ষেপ৷




 GST বিষয়া-কৰ্মচাৰীৰ এক সুকীয়া পদক্ষেপ৷ ব্যক্তিগত বাহন এৰি সপ্তাহটোৰ এটি দিনত চাইকেল লৈ কাৰ্যালয়লৈ অহাৰ সংকল্প GST ভৱনৰ কৰ্মচাৰীসকলৰ৷ আজি মহানগৰীৰ GST ভৱনৰ একাংশ কৰ্মচাৰীয়ে চাইকেল ৰেলীৰে সংকল্পৰ শুভাৰাম্ভ কৰে৷ গ’ গ্ৰীণ শীৰ্ষৰ এই আদৰণীয় পদক্ষেপেৰে পৰিৱেশৰ লগতে স্বাস্থ্যৰ উন্নতিৰ চিন্তা কৰি এই সংকল্প লয় বুলি মন্তব্য কৰ্মচাৰীসকলৰ৷







Post a Comment

0 Comments