মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ সংবাদমেল :




 মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ সংবাদমেল :


# NRCত বাদ পৰা ১৯ লাখ লোকক এবছৰে ৰিজেকচন শ্লিপ দিয়া নাই আৰু সেই ১৯ লাখ লোকে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ সুবিধা পোৱা নাই

# যি গৰাকী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাবে এয়া হৈছিল তেওঁক বিজেপিয়ে পুৰস্কাৰস্বৰূপে ৰাজ্য সভাৰ সাংসদ পদ প্ৰদান কৰিছে

# এতিয়া NRC-ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই NRCক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰিছে

# হিতেশ দেৱ শৰ্মাই শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ত যি শপতনামা দাখিল কৰিছে সেয়া বিসংগতিপূৰ্ণ

# RGI য়ে ৰিজেকচন শ্লিপ দিবলৈ কৈছে, কিন্তু সমন্বয়কে উচ্চতম ন্যায়ালয়ত শপতনামা দিছে

# হিতেশ দেৱ শৰ্মাক NRC-ৰ ৰাজ্যিক সমন্বয়কৰ পদৰ পৰা অপসাৰণ কৰিব লাগে

# শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা প্ৰক্ৰিয়া বন্ধ কৰিবলৈ লৈছে, তাৰ বিৰোধিতা কৰিছো

# মাদ্ৰাছা বিলুপ্তি কৰি সংখ্যালঘুৰ আৱেগক আঘাত সানিব বিচাৰিছে হিমন্তই

# ৰাষ্ট্ৰীয়তাবাদ বা জাতীয়তাবাদ শক্তিশালী কৰিবলৈ হ'লে সকলো লোকে নিজকে সুৰক্ষিত অনুভৱ কৰিব লাগিব

# কংগ্ৰেছ চৰকাৰৰ সময়ত হিমন্ত শিক্ষামন্ত্ৰী হৈ থকা সময়তে বহু মাদ্ৰাছা প্ৰাদেশিকৰণ কৰিছিল

# ২০১৪-ৰ পৰা ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা সকলক এতিয়াও ভোটাৰ পৰিচয় পত্ৰ দিয়া হোৱা নাই, শীঘ্ৰে প্ৰদান কৰিব লাগে

# অজন্তা বাইদেউ এগৰাকী জ্যেষ্ঠ নেত্ৰী, কংগ্ৰেছে তেঁওক বহুত দিছে, তেওঁ যাব নে নাযায় সেয়া তেওঁ স্পষ্ট কৰিব লাগিব

# সভাপতি পদৰ পৰা বৰ্খাস্ত কৰাটো এটা নিয়মমাফিক প্ৰক্ৰিয়া

# BJPক প্ৰতিহত কৰিবলৈ আমি মহাজোঁট বন্ধন কৰিব লাগে

# বিজেপিৰ ৩জন বিধায়কে মোৰ সৈতে যোগাযোগ কৰিছে কংগ্ৰেছত আহিবলৈ

# পৰুৱা এটা গ'লেও কংগ্ৰেছৰ বিপদ, কিন্তু ডাঙৰ নেতা গ'লে কেতিয়াও ক্ষতি নহয়

# আমাৰ কোনো যোৱা নাই, ৰাজদীপ গোৱালাক বৰ্খাস্ত কৰা হৈছে, আৰ.পি. শৰ্মা বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিছে

# ২০১৫ত তিৱা পৰিষদ জয়ী হৈছো কিন্তু ১৬ৰ বিধানসভাত আমি হাৰিছো

# তিৱাত কিমান আসন পাম ক'বলৈ মই জ্যোতিষী নহয়, কিন্তু ২১-ত কংগ্ৰেছৰ নেৰ্তৃত্বত অসমত বিকল্প চৰকাৰ হ'ব

# যদি হাগ্ৰামাৰ আত্মসন্মান আছে তেন্তে বিজেপিৰে মিত্ৰতা নকৰে

Post a Comment

0 Comments