Netflix উপভোক্তা সকলৰ বাবে সু-খবৰ।




 Netflix উপভোক্তা সকলৰ বাবে সু-খবৰ।

আজি নিশা ১২ বজাৰ পৰা দুদিনলৈ বিনামূলীয়া কৰা হৈছে Netflix সেৱা।



৫ আৰু ৬ ডিচেম্বৰত Netflix উপভোক্তা সকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব এই সেৱা।
Netflix.com/streamfest ত গৈ উপভোক্তাসকলে খুলিব পাৰিব Account।
App Download কৰি সান্নিৱিষ্ট কৰিব লাগিব নিজৰ মোবাইল নম্বৰ,ই-মেইল ID আৰু Password।

Post a Comment

0 Comments