বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাই আছে আজমল ফাউণ্ডেশ্যন ! বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ সত্য ৰঞ্জন বৰাৰ ৷

   বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাই আছে আজমল ফাউণ্ডেশ্যন ! বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ সত্য ৰঞ্জন বৰাৰ ৷





বিতৰ্কিত নেতা সত্য ৰঞ্জন বৰাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে । 




সত্য ৰঞ্জন বৰাৰ প্ৰশ্ন " মাদ্ৰাছা কিয় বন্ধ নকৰে চৰকাৰে " ? 

কিয় সাহস নহ'ল প্ৰভাৱশালী মন্ত্ৰীৰ ?  মৌলানা - মুফ্টীৰ নামত ইছলামিক সন্ত্ৰাসবাদ যিসকলে কৰি আছে ,সেয়া বদৰুদ্দিন আজমলে হওক বা আন কোনোবাই হওক সেই সকলৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম ।  বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাই আছে আজমল ফাউণ্ডেশ্যন ।  বদৰুদ্দিন আজমলৰ দৰে সন্ত্ৰাসবাদী শেষ কৰিব নোৱাৰালৈ এই প্ৰক্ৰিয়া আমি শেষ কৰিব নোৱাৰো । এই মন্তব্য বিতৰ্কিত নেতা গৰাকীৰ ।

Post a Comment

0 Comments